অসম টেট মেধা তালিকা 2022 – DEE অসম LP & UP ৰ 9354 শিক্ষকৰ মেধা তালিকা
অসম টেট মেধা তালিকা 2022 : প্ৰাথমিক শিক্ষা সঞ্চালকালয় , অসমে সফলতাৰে ৯৩৫৪ টা নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পদৰ বাবে অনলাইন যোগে আবেদন গ্ৰহণ কৰিছে ৷ টেট উত্তীৰ্ণ হোৱা প্ৰাৰ্থী যিসকলে ১ ৰ পৰা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত নিজৰ আবেদন সমূহ জমা কৰিছিল তেওলোকে এই আৰ্তিকোলটোৰ সহায়ত শিক্ষা সঞ্চালকালয়ৰ ৱেৱচাইতত নিজৰ নাম সমূহ চাব পাৰিব […]
Continue Reading