অসম প্ৰত্যক্ষ নিয়োগ 2022 , মুঠ 26441 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি Assam Direct Recruitment 2022
অসম প্ৰত্যক্ষ নিয়োগ 2022 : অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি সমূহৰ নিয়োগৰ বাবে Assam Direct Recruitment Commission নামেৰে এখন নিয়োগ আয়োগ গঠন কৰিছে ৷ এই আয়োগখন অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে গ্যাৰান্তি দিয়া ১ লাখ চাকৰিৰ লক্ষ্য পূৰণৰ বাবে গঠন কৰিছে ৷ এই আয়োগখনে বিভিন্ন বিভাগত থকা একে ধৰণৰ পদ সমূহ পূৰণৰ বাবে সাধাৰন আবেদন […]
Continue Reading